HPCL Recruitment 2026: হিন্দুস্তান পেট্ৰ’লিয়াম (HPCL)-ত নিযুক্তি; স্নাতক অভিযন্তা সকলৰ বাবে সুযোগ, মাহিলী ২৫,০০০ টকা ষ্টাইপেন্ড!
অসম বাতৰি (কেৰিয়াৰ): হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (HPCL)-এ ২০২৬ চনৰ বাবে স্নাতক এপ্ৰেন্টিচ ট্ৰেইনী (Graduate Apprentice Trainees) পদত নিযুক্তিৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং শাখাৰ স্নাতক সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Overview) সংগঠনৰ নাম হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (HPCL) পদৰ নাম Graduate Apprentice Trainee … Read more