NESTS ESSE-2025 Result Update: পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট নেকি? ওমআৰ (OMR) আৰু কেলকুলেচন শ্বীট পাবলৈ আবেদন কৰক; জানক সম্পূৰ্ণ প্ৰক্ৰিয়া।
অসম বাতৰি (শিক্ষা): নেচনেল এডুকেচন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছে (NESTS) অনুষ্ঠিত কৰা ESSE-2025 Tier-I পৰীক্ষাৰ ফলাফলক লৈ এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ লাভ কৰা নম্বৰক লৈ সন্তুষ্ট নহয় বা উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে, তেওঁলোকৰ বাবে চিবিএছই (CBSE)-এ নিজৰ কেলকুলেচন শ্বীট আৰু অ’এমআৰ (OMR) শ্বীটৰ কপি লাভ কৰাৰ সুযোগ দিছে। পুনৰীক্ষণৰ বাবে … Read more