108 Mrityunjoy Service Recruitment 2026: ১০৮ মৃত্যুঞ্জয় সেৱাত জৰুৰী নিযুক্তি; মেট্ৰিক (Science) আৰু মেডিকেল ডিপ্লমাধাৰীৰ বাবে সুযোগ!
অসম বাতৰি (গুৱাহাটী): অসমৰ জৰুৰীকালীন সেৱা ১০৮ মৃত্যুঞ্জয় (EMRI Green Health Services) এ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খালী থকা Emergency Medical Technician (EMT) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে অনলাইন বা ইমেইলৰ জৰিয়তে অতি সোনকালে আবেদন কৰিব লাগিব। পদৰ বিৱৰণ (Vacancy Overview) শিক্ষাগত অৰ্হতা আৰু বয়স (Eligibility Criteria) প্ৰাৰ্থীসকলৰ তলত … Read more