Science City Guwahati Recruitment 2026: চায়েন্স চিটি গুৱাহাটীত নিযুক্তি; ইলেক্ট্ৰনিক্স মেকানিক পদৰ বাবে সাক্ষাৎকাৰ, মাহিলী দৰমহা ১৫,০০০ টকা!
অসম বাতৰি (কেৰিয়াৰ): গুৱাহাটীৰ সোণাপুৰস্থিত চায়েন্স চিটি (Science City, Guwahati) কমপ্লেক্সৰ বাবে সম্পূৰ্ণ অস্থায়ীভিত্তিত এজন ইলেক্ট্ৰনিক্স মেকানিক (Electronics Mechanic) নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই পদটো ১১ মাহৰ চুক্তিৰ ভিত্তিত পূৰণ কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে প্ৰত্যক্ষ সাক্ষাৎকাৰত (Walk-in Interview) অংশগ্ৰহণ কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Overview) পদৰ নাম Electronics Mechanic মুঠ পদ ০১ টা সময়সীমা … Read more