Oil India GNM Entrance Exam 2026: অনলাইন আবেদনৰ Date আৰু Guide

অইল ইণ্ডিয়া লিমিটেড (OIL) এ দুলীয়াজানৰ অইল ইণ্ডিয়া হাস্পতালৰ অধীনত থকা ‘স্কুল অফ নাৰ্ছিং’ ত নামভৰ্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৬ বৰ্ষৰ বাবে যিসকল প্ৰাৰ্থীয়ে জি.এন.এম (GNM) পাঠ্যক্ৰমত ভৰ্তি হ’বলৈ ইচ্ছুক, তেওঁলোকে বুজি ল’ব লাগিব যে এই নামভৰ্তি Oil India GNM Entrance Exam 2026 অৰ্থাৎ SSUHS ৰ দ্বাৰা পৰিচালিত উমৈহতীয়া প্ৰৱেশ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব। …

Read more