OIL India Recruitment 2026: দুলীয়াজান অইল ইণ্ডিয়াত নিযুক্তি; ডাক্তৰ আৰু ডেণ্টাল চাৰ্জন পদৰ বাবে হ’ব পোনপটীয়া সাক্ষাৎকাৰ!
অসম বাতৰি (দুলীয়াজান): ভাৰত চৰকাৰৰ নৱৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড (OIL), দুলীয়াজানে বিভিন্ন চিকিৎসা সেৱাৰ পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তিৰ জৰিয়তে কোম্পানীটোৱে দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ত অভিজ্ঞ চিকিৎসকক নিযুক্তি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত দিনত পোনপটীয়া সাক্ষাৎকাৰত (Walk-in Interview) অংশগ্ৰহণ কৰিব পাৰিব। নিযুক্তিৰ চমু খতিয়ান (Recruitment Overview) অইল ইণ্ডিয়াৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ চমু … Read more