DDMA Udalguri Recruitment 2026: ওদালগুৰি ডিচি অফিচত ফিল্ড অফিচাৰৰ নিযুক্তি; মাহিলী দৰমহা ২৮,৫০০ টকা, ২৬ ফেব্ৰুৱাৰীত সাক্ষাৎকাৰ!

DDMA Udalguri Recruitment 2026

অসম বাতৰি (ওদালগুৰি): ওদালগুৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) অধীনত খালী হোৱা ফিল্ড অফিচাৰ (Field Officer) পদত চুক্তিভিত্তিক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে। জিলাখনৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় কাম-কাজ চোৱাচিতা কৰিবলৈ এই নিযুক্তি দিয়া হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৬ ফেব্ৰুৱাৰীত পোনপটীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। নিযুক্তিৰ সংক্ষিপ্ত বিৱৰণ (Overview Table) প্ৰতিষ্ঠানৰ নাম … Read more