Dhubri Medical College Recruitment 2026: ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি; ১১ মাৰ্চত হ’ব সাক্ষাৎকাৰ!

Dhubri Medical College Recruitment 2026

অসম বাতৰি (ধুবুৰী): ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ (DMC&H) মাইক্ৰ’বায়’লজী বিভাগত এক গৱেষণা প্ৰকল্পৰ (“Assessing the role of altered gut micro-biota in Psychiatric disorders”) অধীনত লেবৰেটৰী টেকনিচিয়ান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই নিযুক্তি সম্পূৰ্ণ চুক্তিভিত্তিক আৰু ইচ্ছুক প্ৰাৰ্থীসকলক পোনপটীয়া সাক্ষাৎকাৰৰ (Walk-in Interview) বাবে আমন্ত্ৰণ জনোৱা হৈছে। পদৰ সবিশেষ (Vacancy Details Table) পদৰ নাম লেবৰেটৰী … Read more