DKD College Principal Recruitment 2026: অধ্যক্ষ পদৰ নিযুক্তিৰ জাননীত সালসলনি; ডিকিডি কলেজ কৰ্তৃপক্ষই জাৰি কৰিলে ‘শুদ্ধিপত্ৰ’ (Corrigendum)!
অসম কেৰিয়াৰ (দেৰগাঁও): গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত ডিকিডি কলেজ (DKD College, Dergaon) কৰ্তৃপক্ষই অলপতে প্ৰকাশ কৰা অধ্যক্ষ নিযুক্তিৰ বিজ্ঞাপনটোৰ বাবে এটা নতুন ‘শুদ্ধিপত্ৰ’ বা ‘Correction Notice’ জাৰি কৰিছে। এই জাননীৰ জৰিয়তে আবেদনকাৰীৰ অৰ্হতা আৰু যোগ্যতাৰ চৰ্তাৱলী সন্দৰ্ভত এক বিশেষ স্পষ্টীকৰণ দিয়া হৈছে। কি এই শুদ্ধিপত্ৰ? (What is the Correction?) ১২ মাৰ্চ ২০২৬ তাৰিখে প্ৰকাশ পোৱা … Read more