RDTL Guwahati Recruitment 2026: গুৱাহাটী ড্রাগ টেষ্টিং লেবৰেটৰীত ১৪ টা পদত নিযুক্তি; দৰমহা ৪২,০০০ টকা পৰ্যন্ত!

​অসম বাতৰি (গুৱাহাটী): কেন্দ্ৰীয় ঔষধ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাৰ (CDSCO) অধীনস্থ গুৱাহাটীৰ আঞ্চলিক ঔষধ পৰীক্ষণ গৱেষণাগাৰত (Regional Drug Testing Laboratory – RDTL) কেইবাটাও খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক (Contractual) আৰু যোগ্য প্ৰাৰ্থীসকলে ইমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ​পদৰ সবিশেষ (Vacancy Details) ​RDTL গুৱাহাটীত মুঠ ১৪ টা পদৰ বাবে আবেদন আহ্বান … Read more