IOCL Bongaigaon Refinery Recruitment 2026: বঙাইগাঁও ৰিফাইনেৰী হাস্পতালত চিকিৎসকৰ নিযুক্তি; জানক সাক্ষাৎকাৰৰ সবিশেষ।

IOCL Bongaigaon Recruitment 2026

অসম বাতৰি (কেৰিয়াৰ): ভাৰতীয় তেল নিগম লিমিটেডৰ (IOCL) অধীনস্থ বঙাইগাঁও ৰিফাইনেৰীয়ে ইয়াৰ টাউনশ্বিপত অৱস্থিত হাস্পতালখনৰ বাবে ঠিকাভিত্তিক বিশেষজ্ঞ আৰু সাধাৰণ চিকিৎসক নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তিৰ বাবে অহা ১৯ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে এক ৱাক-ইন-ইণ্টাৰভিউ (Walk-in-Interview) অনুষ্ঠিত হ’ব। পদ আৰু অৰ্হতাৰ সবিশেষ (Position & Qualification) পদৰ নাম পদৰ সংখ্যা প্ৰয়োজনীয় অৰ্হতা কৰ্মসময় CDMO … Read more