DDK Guwahati Recruitment 2026: গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিভিন্ন পদত নিযুক্তি; ১০+২ আৰু স্নাতক উত্তীৰ্ণৰ বাবে প্ৰসাৰ ভাৰতীত কাম কৰাৰ সুযোগ!

DDK Guwahati Recruitment 2026

​অসম কেৰিয়াৰ (গুৱাহাটী): ভাৰতৰ ৰাজহুৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীৰ অধীনস্থ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী (DDK Guwahati)-এ ২০২৬-২৭ বৰ্ষৰ বাবে বিভিন্ন শ্ৰেণীৰ ‘কেজুৱেল এচাইনমণ্ট’ (Casual Assignee) পদত নিযুক্তিৰ বাবে এক আনুষ্ঠানিক জাননী জাৰি কৰিছে। যিসকল প্ৰাৰ্থীয়ে সংবাদ মাধ্যম, ভিডিঅ’ এডিটিং, গ্ৰাফিক্স আৰু ছচিয়েল মিডিয়াৰ ক্ষেত্ৰত আগ্ৰহী, তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। ​মন কৰিবলগীয়া যে এই নিযুক্তি কোনো … Read more