Orunodoi 3.0 Scheme Assam 2026: ১০ মাৰ্চত মুকলি হ’ব অৰুণোদয় ৩.০; ৪০ লাখ পৰিয়ালে লাভ কৰিব মাহিলী ১,০০০ টকাকৈ সাহায্য!

​অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি ‘অৰুণোদয়’-ৰ তৃতীয়টো পৰ্যায় অৰ্থাৎ অৰুণোদয় ৩.০ (Orunodoi 3.0) অহা ১০ মাৰ্চত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ উদযাপনৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰিব। এইবাৰ ৰাজ্যৰ প্ৰায় ৪০ লাখ দৰিদ্ৰ পৰিয়ালক এই আঁচনিৰ জৰিয়তে মাহিলী আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্য … Read more