GreenRoots Foundation Recruitment 2026: অসমৰ সকলো জিলাৰ পৰা ২,০০০ তকৈও অধিক পদত নিযুক্তি; মাহিলী ৫০,০০০ টকালৈকে দৰমহা!
অসম বাতৰি (দৰং): শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা সু-খবৰ। দৰং জিলাত মুখ্য কাৰ্যালয় থকা GreenRoots Foundation-এ সমগ্ৰ অসমৰ বিভিন্ন জিলা আৰু ব্লক পৰ্যায়ত নিযুক্তিৰ বাবে এক বিশাল জাননী জাৰি কৰিছে। এই নিযুক্তিৰ জৰিয়তে সংস্থাটোৱে ২,০০০ ৰো অধিক পদ পূৰণ কৰিব, য’ত জিলা কোঅৰ্ডিনেটৰৰ পৰা ভিলেজ ফিল্ড ছুপাৰভাইজাৰলৈকে বিভিন্ন পদ অন্তৰ্ভুক্ত আছে। নিযুক্তিৰ সবিশেষ (Job Vacancy … Read more