পাথাৰকান্দিত, ৩ কোটি টকাৰ ড্ৰাগছ জব্দ! আলুৰ বস্তাৰ তলত লুকুৱাই নিয়া ৩০,০০০ বটল ফেন্সিডিল উদ্ধাৰ।
অসম ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু বিএছএফ (BSF) ৰ তীব্ৰ অভিযান অব্যাহত আছে। যোৱা কালি অসমৰ মুখ্য মন্ত্ৰীৰ এটা টুইটাৰ পোষ্টত জানিব পৰা মতে – শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এক বৃহৎ অভিযান চলাই বিএছএফৰ জোৱানসকলে প্ৰায় ৩ কোটি টকা মূল্যৰ নিষিদ্ধ ফেন্সিডিল (Phensedyl) বটল জব্দ কৰিবলৈ সক্ষম হয়। ফেন্সিডিল (Phensedyl) কি হয়? ফেন্সিডিল আচলতে এটা কাহৰ … Read more