Assam Police SLPRB Edit Window 2026: অসম পুলিচ আৰু বন বিভাগৰ আবেদনত ভুল কৰিছে নাকি? এতিয়াই শুধৰাই লওক; জানক সবিশেষ!
অসম বাতৰি (গুৱাহাটী): ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ড, অসম (SLPRB) এ এক গুৰুত্বপূৰ্ণ জাননী যোগে জনাইছে যে বিভিন্ন বিভাগত চলি থকা নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদনত কৰা ভুলসমূহ সংশোধন কৰিবলৈ ‘Edit Option’ মুকলি কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে টাইপিং বা অন্য কোনো তথ্য ভুলকৈ দিছিল, তেওঁলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ইয়াক শুধৰাই ল’ব পাৰিব। সংশোধনৰ সময়সূচী (Important Dates) … Read more