166 Infantry Battalion (TA) Result 2026: ১৬৬ পদাতিক বেটেলিয়ন টেৰিটৰিয়েল আৰ্মীৰ চূড়ান্ত ফলাফল ঘোষণা; চাওক আপোনাৰ ৰোল নম্বৰ!

166 Infantry Battalion (TA) Result 2026

অসম ৰেডিঅ’ (চাবুৱা): ১৬৬ পদাতিক বেটেলিয়ন (টেৰিটৰিয়েল আৰ্মী) – হোম এণ্ড হাৰ্থ (Home & Hearth), অসমৰ অধীনত অনুষ্ঠিত হোৱা নিযুক্তি ৰেলীৰ চূড়ান্ত ফলাফল আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে। এই ফলাফলত Soldier GD, Clerk, আৰু বিভিন্ন Tradesman পদৰ বাবে সফল হোৱা প্ৰাৰ্থীসকলৰ ৰোল নম্বৰসমূহ তালিকাভুক্ত কৰা হৈছে। পদ অনুসৰি নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা (Result Summary) তলত বিভিন্ন … Read more