Shiksha Valley School Dibrugarh Recruitment 2026: শিক্ষা ভেলী স্কুলত শিক্ষক আৰু হোষ্টেল ৱাৰ্ডেনৰ নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব।
অসম বাতৰি (কেৰিয়াৰ): ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী চিবিএছই (CBSE) স্কুল শিক্ষা ভেলী স্কুলে (Shiksha Valley School) ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষক আৰু অনা-শিক্ষক পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। স্কুলখনৰ উন্নত শৈক্ষিক পৰিৱেশত কাম কৰিবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে। পদ আৰু প্ৰয়োজনীয় অৰ্হতা (Vacancy Details) পদৰ নাম প্ৰয়োজনীয় অৰ্হতা আৰু অভিজ্ঞতা … Read more