Charaideo District Judiciary Peon Recruitment 2026: চৰাইদেউ জিলা আদালতৰ পিয়ন নিযুক্তিৰ গুৰুত্বপূৰ্ণ আপডেট; গ্ৰহণযোগ্য আৰু অগ্ৰাহ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ!

​অসম কেৰিয়াৰ (চৰাইদেউ): চৰাইদেউ জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে (District & Sessions Judge, Charaideo) চতুৰ্থ বৰ্গৰ (Peon) ০৪ টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে। এই জাননী অনুসৰি, প্ৰাৰ্থীসকলৰ আবেদনৰ স্থিতি (Accepted/Rejected List) আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। ​নিযুক্তিৰ চমু তথ্য (Recruitment Short Info) বিৱৰণ (Details) তথ্যাৱলী (Information) বিভাগৰ নাম চৰাইদেউ জিলা … Read more