SBI SCO Recruitment 2026: ষ্টেট বেংকত Specialist Cadre Officer (SCO) পদৰ বিশাল নিযুক্তি; অনলাইন আবেদনৰ শেষ তাৰিখ জানক!

SBI SCO Recruitment 2026

কেৰিয়াৰ নিউজ (মুম্বাই): ভাৰতৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) বিভিন্ন বিভাগত বিশেষজ্ঞ বিষয়া (Specialist Cadre Officer) নিযুক্তিৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। এই নিযুক্তিৰ জৰিয়তে বেংকটোৱে ৰিজুলাৰ (Regular) আৰু ঠিকাভিত্তিক (Contractual) দুয়োটা শ্ৰেণীতে কেইবাটাও গুৰুত্বপূৰ্ণ পদ পূৰণ কৰিব। ইচ্ছুক আৰু যোগ্য ভাৰতীয় নাগৰিকসকলে SBI-ৰ অফিচিয়েল কেৰিয়াৰ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। পদৰ সবিশেষ … Read more