BVFCL Recruitment 2026: নামৰূপ সাৰ কাৰখানাত উচ্চ দৰমহাৰ চাকৰি

অসমৰ অভিজ্ঞ আৰু উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এক সোণালী সুযোগ আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড (BVFCL) এ তেওঁলোকৰ নামৰূপ গোটৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ জাননী জাৰী কৰিছে। BVFCL Recruitment 2026 ৰ অধীনত অভিযন্তা, বিত্ত আৰু মানৱ সম্পদ বিভাগত এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইটো কোনো সাধাৰণ …

Read more