BTC Forest Department Recruitment 2026: বিটিচি বন বিভাগত ১৫৭ টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পদ মুকলি; আবেদনৰ লিংক ইয়াতে পাব!

BTC Forest Department Recruitment 2026

অসম বাতৰি (কোকৰাঝাৰ): বডলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)-ৰ অধীনস্থ চেণ্ট্ৰেল চিলেকচন ব’ৰ্ড (CSB)-এ বন বিভাগৰ বিভিন্ন খালী পদ পূৰণৰ বাবে এক বিশাল নিযুক্তিৰ বিজ্ঞাপন (Ad No. CSB/BTC/09/2026/21) প্ৰকাশ কৰিছে। এই নিযুক্তিৰ জৰিয়তে ফৰেষ্টাৰ-১ আৰু ফৰেষ্ট গাৰ্ডৰ মুঠ ১৫৭ টা পদত নিযুক্তি দিয়া হ’ব। বিটিআৰ (BTR) অঞ্চলৰ স্থায়ী বাসিন্দা আৰু অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকা … Read more