Assam Textbook Distribution 2026: অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন নিগমৰ কিতাপ বিক্ৰীৰ বাবে আবেদন আৰম্ভ; বিতৰক হ’বলৈ এতিয়াই কৰক আবেদন!

Textbook Assam, Education News Assam, Bookstore License, Panbazar Guwahati, ASTPPC Recruitment, Axom Batori

অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক পাঠ্যপুথি উৎপাদন আৰু প্ৰকাশন নিগম লিমিটেডে (ASTPPC) ২০২৬ বৰ্ষৰ বাবে বিভিন্ন শ্ৰেণী আৰু ভাষাৰ পাঠ্যপুথি বিক্ৰী আৰু বিতৰণৰ বাবে এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। যিবোৰ কিতাপৰ দোকানৰ মালিকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত (Private Schools) SCERT ৰ পাঠ্যক্ৰম অনুসৰি প্ৰকাশিত কিতাপসমূহ বিক্ৰী কৰিব বিচাৰে, তেওঁলোকে নিগমৰ অনুমোদিত বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব পাৰিব। … Read more