APDCL Recruitment 2026: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত মেডিকেল অফিচাৰৰ নিযুক্তি; মাহিলী দৰমহা ৭৫,০০০ টকা!

APDCL Recruitment 2026

অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ অধীনস্থ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)-এ মেডিকেল অফিচাৰ (Medical Officer) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন (MD/APDCL/HR/REC/MO/2026/14) প্ৰকাশ কৰিছে। এই নিযুক্তি সম্পূৰ্ণ চুক্তিভিত্তিক হ’ব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে অহা ১২ মাৰ্চৰ ভিতৰত আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Details Table) পদৰ নাম মেডিকেল অফিচাৰ (Medical Officer) মুঠ পদ … Read more