Assam Job Recruitment 2026: যোৰহাটৰ চাহ ফেক্টৰী আৰু ভীমশক্তিত বিভিন্ন পদত নিযুক্তি; থকাৰ সুবিধাসহ পাওক আকৰ্ষণীয় দৰমহা!
অসম কেৰিয়াৰ (যোৰহাট): অসমৰ চাহ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান ‘ভীমশক্তি’ত (Bhimshakti) কেইবাটাও খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। এই নিযুক্তিৰ বিশেষত্ব হ’ল যে ইয়াত উচ্চ শিক্ষিতৰ পৰা আৰম্ভ কৰি শ্ৰমিক শ্ৰেণীলৈকে সকলোৰে বাবে কামৰ সুযোগ আছে। চাহ ফেক্টৰীৰ পদ (Tea Factory Job) যোৰহাটত অৱস্থিত এখন অৰ্থডক্স চাহ উৎপাদন কাৰখানাত (Orthodox … Read more