Assam Co-operative Apex Bank Recruitment 2026: এপেক্স বেংকত ডমেইন এক্সপাৰ্টৰ নিযুক্তি; মাহিলী দৰমহা ৩৫,০০০ টকা!
অসম বাতৰি (কেৰিয়াৰ): দি অসম ক’অপাৰেটিভ এপেক্স বেংক লিমিটেডে (ACAB) ইয়াৰ গুৱাহাটীৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয়ত ঠিকাভিত্তিক ডমেইন এক্সপাৰ্ট (Domain Expert) নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি প্ৰাৰম্ভিকভাৱে ১.৫ বছৰৰ বাবে হ’ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। পদ আৰু দৰমহাৰ সবিশেষ (Vacancy Details) ক্ৰমিক নং পদৰ নাম (বিভাগ) পদৰ সংখ্যা বয়সৰ … Read more