AUIDFCL Recruitment 2026: অসম চহৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্ত নিগম গুৱাহাটীত নিযুক্তি; মেনেজাৰ (চিভিল) পদৰ বাবে প্ৰত্যক্ষ সাক্ষাৎকাৰ!
অসম বাতৰি (কেৰিয়াৰ): অসম চৰকাৰৰ অধীনস্থ Assam Urban Infrastructure Development and Finance Corporation Ltd (AUIDFCL)-এ মেনেজাৰ-চিভিল (Manager-Civil) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি AUSDP-ৰ PMU গোটৰ বাবে কৰা হ’ব। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলক অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰত্যক্ষ সাক্ষাৎকাৰত (Walk-in Interview) উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। পদৰ সবিশেষ (Vacancy Overview) সংগঠনৰ … Read more