Atmanirbhar Assam Abhijan 2.0: মুখ্যমন্ত্রী আত্মনির্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ; কোনে কিমান টকা পাব জানক।
অসম বাতৰি (চৰকাৰী আঁচনি): অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০’ (CMAAA)-ৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় আজি সম্পন্ন হ’ব। ১৯ ফেব্ৰুৱাৰীত তেজপুৰৰ গড়চুকত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব। অনুষ্ঠানৰ সবিশেষ (Event Details) মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ পৰা সমগ্ৰ ৰাজ্যৰ বাবে এই ধন … Read more