APSC DIET Lecturer Interview Schedule 2026: সাক্ষাৎকাৰৰ দিন ঘোষণা; জানক বিতং সময়সূচী আৰু নথি-পত্ৰৰ তালিকা।

APSC DIET Lecturer Interview 2026 Schedule PDF

অসম বাতৰি (নিযুক্তি): অসম লোকসেৱা আয়োগে (APSC) শিক্ষা বিভাগৰ অধীনস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (DIET) খালি থকা প্ৰবক্তা (Lecturer – CMDE & IFIC) পদৰ সাক্ষাৎকাৰৰ সময়সূচী প্ৰকাশ কৰিছে। বিজ্ঞাপন নং ১৫/২০২৪-ৰ আধাৰত হ’বলগীয়া এই সাক্ষাৎকাৰ অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। সাক্ষাৎকাৰৰ সবিশেষ তথ্য (Interview Overview) পদৰ নাম (Post Name) সাক্ষাৎকাৰৰ তাৰিখ (Interview Dates) … Read more