AHSEC HS Final Routine 2026: উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা; জানক কেতিয়া কোনটো পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ২০২৬ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ অফিচিয়েল ৰুটিন।

অসম বাতৰি (শিক্ষা সংবাদ): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) এ ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী (Routine) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ বাবে এইয়া এক অতি গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাৰ সময়সূচী অনুসৰি, বিভিন্ন বিষয়ৰ পৰীক্ষাসমূহ ৰাতিপুৱা আৰু দুপৰীয়া – দুটা চিফটত অনুষ্ঠিত হ’ব। পৰীক্ষাৰ … Read more