অসমৰ স্বাস্থ্য খণ্ডত ৩,৬৭৯ কোটি টকাৰ ধামাকা! গুৱাহাটীত নিৰ্মাণ হ’ব অত্যাধুনিক চিকিৎসা মহাবিদ্যালয় ভৱন
নমস্কাৰ বন্ধুসকল! আজি আমাৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এক অতি উল্লেখনীয় দিন। ১ ফেব্ৰুৱাৰীৰ দিনাখন বিয়লি ৫:৩০ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত ৩,৬৭৯ কোটি টকীয়া মেগা প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। এই বৃহৎ বিনিয়োগৰ জৰিয়তে আমাৰ চিকিৎসা ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিব। বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱন আৰু মাতৃ-শিশু চিকিৎসালয়ৰ জৰিয়তে … Read more