Assam Horticulture Training 2026: অসম চৰকাৰৰ বিনামূলীয়া প্ৰশিক্ষণ; মাশ্বৰুম উৎপাদন, বেকাৰী আৰু নাৰ্চাৰী মেনেজমেন্ট শিকি স্বাৱলম্বী হওক।

​অসম বাতৰি (চৰকাৰী আঁচনি): অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত Horticulture Mission for North East and Himalayan States (HMNEH) আঁচনিৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী ঘোষণা কৰা হৈছে। এই প্ৰশিক্ষণসমূহ গ্ৰহণ কৰি যুৱক-যুৱতীসকলে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ’ব পাৰিব। ​প্ৰশিক্ষণৰ বিষয় আৰু স্থান (Training Courses & … Read more

Atmanirbhar Assam Abhijan 2.0: মুখ্যমন্ত্রী আত্মনির্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ; কোনে কিমান টকা পাব জানক।

​অসম বাতৰি (চৰকাৰী আঁচনি): অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০’ (CMAAA)-ৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় আজি সম্পন্ন হ’ব। ১৯ ফেব্ৰুৱাৰীত তেজপুৰৰ গড়চুকত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব। ​অনুষ্ঠানৰ সবিশেষ (Event Details) ​মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ পৰা সমগ্ৰ ৰাজ্যৰ বাবে এই ধন … Read more

Jorhat Agriculture Subsidy 2026: কুইন হাৰ্ভেষ্টাৰ আৰু বালিঙ মেচিনত ৫০% ৰাজসাহায্য; যোৰহাট জিলাৰ কৃষকৰ বাবে সোণালী সুযোগ।

Combine Harvester and Baler Subsidy Jorhat Assam Agriculture Office 2026

অসম বাতৰি (যোৰহাট): যোৰহাট জিলা কৃষি কাৰ্যালয়ে ‘নেচনেল ফুড চিকিউৰিটি এণ্ড নিউট্ৰিচন মিছন’ (NFSNM) ৰ অধীনত কৃষকসকলক উন্নত কৃষি যন্ত্ৰপাতি প্ৰদানৰ বাবে এক বৃহৎ পদক্ষেপ লৈছে। এই আঁচনিৰ অধীনত Combine Harvester আৰু Baler মেচিন ক্ৰয় কৰিলে কৃষকসকলে ৫০ শতাংশ পৰ্যন্ত ৰাজসাহায্য (Subsidy) লাভ কৰিব।আধুনিক কৃষি পদ্ধতিৰে উৎপাদন বৃদ্ধি আৰু শ্ৰম হ্ৰাস কৰাৰ লক্ষ্যৰে চৰকাৰে এই … Read more