Assam Govt Appointment 2026: ২৮৯ গৰাকী নতুন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ; ১.৫৮ লাখৰ সীমা অতিক্ৰম কৰিলে অসম চৰকাৰে!

Assam Govt Appointment 2026

অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ নিযুক্তি অভিযানৰ অংশ হিচাপে অহা ৪ মাৰ্চ ২০২৬ তাৰিখে ৰাজ্যৰ বিভিন্ন বিভাগৰ ২৮৯ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰিব। পদভিত্তিক নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা (Post-wise Selection) APSC আৰু SLRC ৰ জৰিয়তে নিৰ্বাচিত … Read more

8th Assam Pay Commission 2026: অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ! ৮ম দৰমহা আয়োগ গঠন; জানক কোনে পালে অধ্যক্ষৰ দায়িত্ব?

8th Assam Pay Commission 2026

অসম বাতৰি (দিশপুৰ): অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি সংশোধনৰ বাবে ‘৮ম অসম দৰমহা আয়োগ’ গঠনত ৰাজ্যপালৰ সন্মতি লাভ কৰি এক চৰকাৰী প্ৰস্তাৱ (Resolution) মৰ্মে জাননী জাৰি কৰিছে। অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া শ্ৰী সুভাষ চন্দ্ৰ দাসক এই আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগৰ চমু বিৱৰণ (Overview Table) আয়োগৰ নাম ৮ম অসম দৰমহা … Read more