Assam Museum Internship 2026: অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইণ্টাৰ্নশ্বিপৰ বাবে ১১ মাৰ্চত সাক্ষাৎকাৰ; চাওক নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা!

Assam Museum Internship 2026

অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ (Directorate of Museums) অধীনত থকা অসম ৰাজ্যিক সংগ্ৰহালয় পৰিচালনা সমিতিয়ে (ASMMMS) দুটা গুৰুত্বপূৰ্ণ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ বাবে সাক্ষাৎকাৰৰ জাননী জাৰি কৰিছে। যিসকল প্ৰাৰ্থীয়ে ‘Late Rai Bahadur Naupat Rai Kedia Memorial’ আৰু ‘Late Dr. Surya Kumar Bhuyan’ ইণ্টাৰ্নশ্বিপৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ বাবে অহা ১১ মাৰ্চত গুৱাহাটীত ৱাক-ইন ইণ্টাৰভিউ অনুষ্ঠিত … Read more