Assam Silpi Pension 2026 Update: চৰকাৰী শিল্পী পেন্সনৰ তালিকাত ডাঙৰ সাল-সলনি; এতিয়া পেন্সনৰ পৰিৱৰ্তে এই ৫ গৰাকী শিল্পীক দিয়া হ’ব ‘বাৰ্ষিক শিল্পী সন্মান’!
অসম সংবাদ (দিছপুৰ): অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২৫-২৬ বৰ্ষৰ ‘নিয়মিত শিল্পী পেন্সন’ (Regular Silpi Pension) ৰ বাবে নিৰ্বাচিত শিল্পীসকলৰ তালিকাত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিছে। বিভাগীয় সূত্ৰই জনোৱা অনুসৰি, কেইগৰাকীমান নিৰ্বাচিত শিল্পীয়ে ইতিমধ্যে চৰকাৰী পেন্সন লাভ কৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক এতিয়া ‘নিয়মিত পেন্সন’ৰ পৰিৱৰ্তে ‘বাৰ্ষিক শিল্পী সন্মান’ (Barxik Silpi Samman) প্ৰদান কৰা হ’ব। যিসকল শিল্পীৰ … Read more