Assam CEE 2026 Notification Out: অসমৰ ইঞ্জিনীয়াৰিং কলেজত নামভৰ্তিৰ বাবে ‘চি.ই.ই’ৰ জাননী ঘোষণা; ১৬ মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ!
অসম শিক্ষা সংবাদ (গুৱাহাটী): অসমৰ ইঞ্জিনীয়াৰিং কলেজসমূহৰ ২০২৬-২৭ শিক্ষা বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ B.Tech পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া Combined Entrance Examination (CEE) 2026-ৰ আনুষ্ঠানিক জাননী প্ৰকাশ পাইছে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে (ASTU) এই পৰীক্ষা পৰিচালনা কৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে অহা ১৬ মাৰ্চৰ পৰা অনলাইনযোগে আবেদন কৰিব পাৰিব। চি.ই.ই ২০২৬-ৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ (Important Dates) পৰীক্ষাৰ্থীসকলে আবেদনৰ … Read more