Purabi Dairy Recruitment 2026: পুৰৱী ডেইৰীত এপ্ৰেন্টিচ শ্বিপৰ নিযুক্তি
অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ খবৰ। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেড (WAMUL), যিটো জনপ্ৰিয়ভাৱে ‘পুৰৱী ডেইৰী’ (Purabi Dairy) নামেৰে পৰিচিত, তেওঁলোকে ২০২৬ বৰ্ষৰ বাবে নতুন নিযুক্তিৰ জাননী মুকলি কৰিছে। Purabi Dairy Recruitment 2026 ৰ অধীনত বিভিন্ন বিভাগত এপ্ৰেন্টিচ শ্বিপ ট্ৰেইনিং (Apprenticeship Training) ৰ বাবে আবেদন আহ্বান কৰা হৈছে। যদি আপুনি শেহতীয়াকৈ …