AS-CFMS Recruitment 2026: বিত্ত বিভাগৰ অধীনত ১৮ টা আইটি পদৰ নিযুক্তি; মাহিলী ১.৬০ লাখলৈ দৰমহা, ১২-১৩ মাৰ্চত সাক্ষাৎকাৰ!
অসম বাতৰি (দিশপুৰ): অসম চৰকাৰৰ বিত্ত বিভাগৰ অন্তৰ্গত Assam Society for Comprehensive Financial Management System (AS-CFMS)-এ বিভিন্ন কাৰিকৰী পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন (Ad No. AS-CFMS/HR/Consultant/356550/53) প্ৰকাশ কৰিছে। এই নিযুক্তি সম্পূৰ্ণ চুক্তিভিত্তিক হ’ব আৰু যোগ্য প্ৰাৰ্থীসকলক পোনপটীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। নিযুক্তিৰ সংক্ষিপ্ত বিৱৰণ (Overview Table) প্ৰতিষ্ঠানৰ নাম AS-CFMS (বিত্ত বিভাগ, অসম চৰকাৰ) পদৰ … Read more