Assam PWD Contractor Training 2026: ঠিকাদাৰ হ’ব বিচাৰে নেকি? PWD-ৰ অধীনত প্ৰশিক্ষণৰ বাবে আবেদন আৰম্ভ; সবিশেষ তথ্য ইয়াত জানক!

Assam PWD Contractor Training 2026

অসম কেৰিয়াৰ (গুৱাহাটী): অসম চৰকাৰৰ লোক নিৰ্মাণ (পথ) বিভাগৰ (PWRD) অধীনত থকা অসম পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে (ARR&TI) ২০২৬-২৭ বৰ্ষৰ বাবে ঠিকাদাৰৰ ‘প্ৰি-ৰেজিষ্ট্ৰেচন ট্ৰেইনিং’ (Pre-Registration Training) পাঠ্যক্ৰমৰ বাবে আবেদন আহ্বান কৰিছে। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হ’ল শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক ঠিকাদাৰী কামৰ বাবে দক্ষ কৰি তোলা আৰু স্ব-নিয়োজনৰ পথ মুকলি কৰা। প্ৰশিক্ষণৰ চমু বিৱৰণ (Overview) … Read more