যোৰহাট আৰ্মী পাব্লিক স্কুলত চাকৰিৰ সুযোগ! শিক্ষকৰ পৰা গ্ৰুপ-ডি লৈকে ২৮ বিধ বিভিন্ন পদৰ বাবে আবেদন আহ্বান
নমস্কাৰ বন্ধুসকল! আপোনালোকৰ বাবে আজি এটা অতি উল্লেখনীয় চাকৰিৰ খবৰ লৈ আহিছিঁ। যোৰহাটৰ চাৰাইবাহী সামৰিক চাউনীস্থিত আৰ্মী পাব্লিক স্কুল (APS), যোৰহাটত বিভিন্ন খালী পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ইয়াত শিক্ষকতাৰ পৰা আৰম্ভ কৰি অফিচ ষ্টাফ আৰু চতুৰ্থ বৰ্গৰ (Group-D) পদলৈকে সকলো ধৰণৰ সুবিধা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইয়াৰ বাবে যোগ্য প্ৰাৰ্থীসকলে অফলাইন …