APSC CCE 2024 Result Cancelled: এপিএছচি চিচিই ২০২৪-ৰ ফলাফল বাতিল! আয়োগে শীঘ্ৰেই প্ৰকাশ কৰিব নতুন তালিকা; জানক সবিশেষ।

APSC CCE 2024 Result Cancellation Notification 16 February 2026

অসম বাতৰি (ব্ৰেকিং নিউজ): অসম লোকসেৱা আয়োগে (APSC) আজি এক জৰুৰী জাননীযোগে ১৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ঘোষণা কৰা Combined Competitive Examination (CCE) 2024-ৰ ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰিছে। ফলাফলত দেখা দিয়া কিছু অনিচ্ছাকৃত ভুলৰ বাবে আয়োগে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাননীৰ সাৰাংশ (Notification Summary) বিষয় সবিশেষ তথ্য পৰীক্ষাৰ নাম Combined Competitive Examination (CCE) 2024 ফলাফল … Read more