RBI Assistant Recruitment 2026: ভাৰতীয় ৰিজাৰ্ভ বেংকত ৬৫০ টা এছিষ্টেণ্ট পদৰ নিযুক্তি; মাহিলী দৰমহা ৪৫,০০০ টকাৰো অধিক!

​অসম বাতৰি (কেৰিয়াৰ): বেংকিং খণ্ডত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে এটা সুন্দৰ খবৰ! ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ বিভিন্ন আঞ্চলিক কাৰ্যালয়ত খালী থকা ৬৫০ টা এছিষ্টেণ্ট (Assistant) পদত নিযুক্তিৰ বাবে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে। ১৬ ফেব্ৰুৱাৰীৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ​নিযুক্তিৰ চমু আভাস (Vacancy Summary) বিভাগ পদৰ নাম মুঠ পদ মাহিলী … Read more