AFDC Recruitment 2026: অসম মীন উন্নয়ন নিগমত একাউণ্টছ অফিচাৰ আৰু এচিষ্টেণ্টৰ নিযুক্তি; জানক সাক্ষাৎকাৰৰ সবিশেষ।
অসম বাতৰি (কেৰিয়াৰ): অসম মীন উন্নয়ন নিগম লিমিটেডে (AFDC) গুৱাহাটীৰ চাচলস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত ১১ মহীয়া ঠিকাভিত্তিক নিযুক্তিৰ বাবে ৱাক-ইন-ইণ্টাৰভিউ (Walk-in-Interview) আহ্বান কৰিছে। এই নিযুক্তিৰ অধীনত একাউণ্টছ অফিচাৰ আৰু একাউণ্টছ এচিষ্টেণ্ট পদ পূৰণ কৰা হ’ব। পদ আৰু দৰমহাৰ সবিশেষ (Vacancy & Salary Details) পদৰ নাম পদৰ সংখ্যা মাহিলী দৰমহা (Salary) Accounts Officer ০১ টা ৬০,০০০ … Read more