ASDC for SC Ltd Recruitment 2026: একাউণ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্টৰ ইণ্টাৰভিউৰ দিন সলনি; ১০ মাৰ্চত হ’ব ৱাক-ইন ইণ্টাৰভিউ!

ASDC for SC Ltd Recruitment 2026

অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ (Assam State Development Corporation for SC Ltd) অধীনত ঠিকাভিত্তিক Accountant আৰু Account Assistant পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰভিউৰ দিন পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ৫ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ বিজ্ঞাপনৰ ভিত্তিত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল, তেওঁলোকে এতিয়া নতুন সময়সূচী অনুসৰি ইণ্টাৰভিউত উপস্থিত হ’ব লাগিব। ইণ্টাৰভিউৰ নতুন সময়সূচী … Read more

Notre Dame Academy NTPC Bongaigaon Recruitment 2026: শিক্ষক আৰু একাউণ্টেণ্টসহ কেইবাটাও পদত নিযুক্তি; থকাৰ সুবিধাসহ দৰমহা ৩০,০০০ টকা!

Notre Dame Academy NTPC Bongaigaon Recruitment 2026

অসম বাতৰি (শলাকাটি): ককৰাঝাৰ জিলাৰ শলাকাটিত অৱস্থিত চিবিএছই (CBSE) স্বীকৃত শিক্ষানুষ্ঠান নটৰ ডেম একাডেমী, NTPC বঙাইগাঁও (Notre Dame Academy NTPC Bongaigaon)-ত খালী থকা শিক্ষক আৰু অ-শিক্ষক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন বা অফলাইন উভয় পদ্ধতিৰেই আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Details) এই নিযুক্তিৰ জৰিয়তে তলত দিয়া মুঠ … Read more