Orunodoi 3.0 Scheme Assam 2026: অৰুণোদয় ৩.০ আঁচনিৰ ৯ পৃষ্ঠাৰ সম্পূৰ্ণ গাইডলাইন; আবেদনৰ নিয়ম, যোগ্যতা আৰু নতুন লিষ্টৰ সবিশেষ।

Orunodoi 3.0 Scheme Assam 2026 Guidelines and Amount Calculation

অসম বাতৰি (চৰকাৰী আঁচনি “Last Updated: 28 January 2026“): অসম চৰকাৰৰ আটাইতকৈ অভিলাষী আৰু জনপ্ৰিয় আঁচনি ‘অৰুণোদয়’ৰ এতিয়া নতুন সংস্কৰণ অৰুণোদয় ৩.০ (Orunodoi 3.0) আনুষ্ঠানিকভাৱে আপডেট কৰা হৈছে। ৰাজ্যৰ বিত্ত বিভাগে শেহতীয়াকৈ ৯ টা পৃষ্ঠাৰ এক বিতং নিৰ্দেশনা (Detailed Guidelines) জাৰি কৰিছে, য’ত আঁচনিখনৰ বাবে প্ৰয়োজনীয় যোগ্যতা, বাছনি প্ৰক্ৰিয়া আৰু অনলাইন আবেদনৰ বিষয়ে উল্লেখ কৰা … Read more

Assam Sericulture Result 2026: ৰেচম বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা! নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাখন ইয়াত পৰীক্ষা কৰক।

Assam Sericulture Candidate List 2026 PDF Download

অসম বাতৰি (কেৰিয়াৰ): অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ে (Directorate of Sericulture) বিভিন্ন পদৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ তালিকা (Candidate List) আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল, তেওঁলোকে এতিয়া নিজৰ নাম আৰু ৰোল নম্বৰ এই তালিকাত পৰীক্ষা কৰিব পাৰিব। তালিকাত কি কি আছে? নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা (Sample List of Selected Candidates) Sl. No. Name … Read more

Assam Cabinet Decisions 2026: চাহ শ্ৰমিকৰ পৰা নিযুক্তি পৰ্যন্ত; অসম কেবিনেটৰ কেইবাটোও গুৰুত্বপূৰ্ণ ঘোষণা! সম্পূৰ্ণ তালিকাখন চাওক।

অসম বাতৰি (দিছপুৰ): আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰিছে। কেবিনেটৰ মূল সিদ্ধান্তসমূহ:

AHSEC HS 1st Year Exam 2026: উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নিৰ্দেশনা জাৰি! জানক কেতিয়া হ’ব পৰীক্ষা আৰু কি কি নিয়ম মানিব লাগিব।

AHSEC HS 1st Year Exam 2026 Guidelines

অসম বাতৰি (শিক্ষা সংবাদ): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) এ ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (HS 1st Year) পৰীক্ষাৰ বাবে চৰকাৰী নিৰ্দেশনা (Guidelines) প্ৰকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি পৰীক্ষা পৰিচালনা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিয়া হৈছে। মূল নিৰ্দেশনাসমূহ পৰীক্ষাৰ বিষয়ে অধিক সবিশেষ জানিবলৈ তলৰ লিংকৰ পৰা অফিচিয়েল গাইডলাইনখন ডাউনলোড কৰি … Read more

AHSEC HS Final Routine 2026: উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা; জানক কেতিয়া কোনটো পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ২০২৬ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ অফিচিয়েল ৰুটিন।

অসম বাতৰি (শিক্ষা সংবাদ): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) এ ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী (Routine) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ বাবে এইয়া এক অতি গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাৰ সময়সূচী অনুসৰি, বিভিন্ন বিষয়ৰ পৰীক্ষাসমূহ ৰাতিপুৱা আৰু দুপৰীয়া – দুটা চিফটত অনুষ্ঠিত হ’ব। পৰীক্ষাৰ … Read more

MMUA Scheme Update: অসম চৰকাৰৰ ডাঙৰ উপহাৰ ! ৪২,০০০ মহিলাই লাভ কৰিলে ১০,০০০ টকাকৈ; আপুনি পালে নে নাই পৰীক্ষা কৰক।

অসম বাতৰি: ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (MMUA) ৰ এক বৃহৎ ঘোষণা কৰা হৈছে। আজি ডিগবৈ আৰু মাহমৰা সমষ্টিৰ ৪২,০০০ তকৈও অধিক মহিলাই এই আঁচনিৰ অধীনত ১০,০০০ টকাকৈ লাভ কৰিছে। আঁচনিখনৰ মূল তথ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে তেওঁৰ ভগ্নীসকলে এতিয়া … Read more

Kokrajhar Recruitment 2026: কোকৰাঝাৰ জিলাত নতুন চাকৰি! ৩৫,০০০ টকা পৰ্যন্ত দৰমহা; কেনেকৈ আবেদন কৰিব জানক।

অসম বাতৰি (কেৰিয়াৰ): কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে (District Commissioner Kokrajhar) জিলা FRA চেলৰ অধীনত খালী হোৱা কেইবাটাও পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক (Contractual) আৰু প্ৰাৰম্ভিক পৰ্যায়ত ১১ মাহৰ বাবে নিযুক্তি দিয়া হ’ব। খালী পদৰ বিৱৰণ Coordinator (FRA) MIS/ Programme Associate FRA আবেদনৰ চৰ্ত আৰু সময়সীমা ওপৰত উল্লেখ কৰা তথ্য খিনি তলৰ … Read more

পাথাৰকান্দিত, ৩ কোটি টকাৰ ড্ৰাগছ জব্দ! আলুৰ বস্তাৰ তলত লুকুৱাই নিয়া ৩০,০০০ বটল ফেন্সিডিল উদ্ধাৰ।

অসম ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু বিএছএফ (BSF) ৰ তীব্ৰ অভিযান অব্যাহত আছে। যোৱা কালি অসমৰ মুখ্য মন্ত্ৰীৰ এটা টুইটাৰ পোষ্টত জানিব পৰা মতে – শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এক বৃহৎ অভিযান চলাই বিএছএফৰ জোৱানসকলে প্ৰায় ৩ কোটি টকা মূল্যৰ নিষিদ্ধ ফেন্সিডিল (Phensedyl) বটল জব্দ কৰিবলৈ সক্ষম হয়। ফেন্সিডিল (Phensedyl) কি হয়? ফেন্সিডিল আচলতে এটা কাহৰ … Read more

গৌৰৱোজ্জ্বল ২ বছৰ! কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই; অসম চৰকাৰৰ এক বৃহৎ সাফল্য।

অসম বাতৰি: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক অতি আনন্দৰ খবৰ। ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু বন বিভাগৰ নিৰন্তৰ নিৰীক্ষণৰ ফলত যোৱা ২ বছৰ অৰ্থাৎ ৭৩০ দিনত কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই সাফল্যৰ কথা প্ৰকাশ কৰি কয় যে য’ত ইচ্ছা থাকে তাতেই পথ থাক। কাজিৰঙাৰ গৌৰৱ এশিঙিয়া … Read more

SEBA HSLC 2026 Internal Assessment: মেট্ৰিক পৰীক্ষাৰ ইন্টাৰনেল এছেছমেণ্টৰ নম্বৰ এন্ট্ৰি প্ৰক্ৰিয়া আৰম্ভ! শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

SEBA HSLC 2026 Internal Assessment Notification

অসম বাতৰি (শিক্ষা সংবাদ): ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) বাবে ছেবাই (SEBA) এক নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা বিদ্যালয়সমূহে নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইন্টাৰনেল এছেছমেণ্টৰ (Internal Assessment) নম্বৰসমূহ অনলাইন প’ৰ্টেলৰ জৰিয়তে আপলোড কৰিব লাগিব। নম্বৰ এন্ট্ৰিৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ (Steps): গুৰুত্বপূৰ্ণ: যদি এই প্ৰক্ৰিয়া কৰোঁতে আপোনাৰ “Password” হেৰুৱাই তেন্তে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আপোনাৰ … Read more