Oil India Limited Recruitment 2026: অইল ইণ্ডিয়াত শিক্ষক আৰু ইনষ্ট্ৰাক্টৰৰ পদত নিযুক্তি; কোনে আবেদন কৰিব পাৰিব জানক।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now
OIL Jobs 2026

অসম বাতৰি (নিযুক্তি): ভাৰত চৰকাৰৰ মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডে (OIL) ডুলীয়াজান আৰু মৰাণস্থিত অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাবে শিক্ষক, লাইব্ৰেৰীয়ান আৰু জিভিটিচি (GVTC) ৰ বাবে ইনষ্ট্ৰাক্টৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। বিজ্ঞাপন নং HRAQ/REC-WP-B/2026-125 ৰ অধীনত এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।

পদৰ বিৱৰণ (Post Details)

প্ৰতিষ্ঠানৰ নামপদৰ নাম (Post Name)
OIL Higher Secondary Schoolশিক্ষক (Teacher) আৰু লাইব্ৰেৰীয়ান (Librarian)
Group Vocational Training Centreইনষ্ট্ৰাক্টৰ (Instructor)

আবেদনৰ বাবে যোগ্যতা (Eligibility Criteria)

এই নিযুক্তিৰ বাবে অইল ইণ্ডিয়াৰ উৎপাদন আৰু অন্বেষণ ক্ষেত্ৰৰ নিৰ্দিষ্ট জিলাৰ প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব:

  • অসমৰ জিলাসমূহ: ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ।
  • অৰুণাচল প্ৰদেশ: চাংলাং জিলা।
  • বিশেষ যোগ্যতা (Instructor): অইল ইণ্ডিয়া লিমিটেডৰ পৰা সংশ্লিষ্ট বিষয়ত Diploma Apprentice সম্পূৰ্ণ কৰা আৰু BOPT (Kolkata) ৰ প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

কেনেকৈ আবেদন কৰিব? (How to Apply)

ইচ্ছুক প্ৰাৰ্থীসকলে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব:

  • প্ৰথমে oil-india.com লৈ যাওক।
  • তাৰপিছত ‘Careers’ ছেকচনত ক্লিক কৰক।
  • ‘Current Openings’ ত গৈ নিৰ্দিষ্ট বিজ্ঞাপনটোৰ লিংকত ক্লিক কৰি ফৰ্মখন পূৰণ কৰক।

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment