Guwahati Job Vacancy 2026: একেলগে ১৩টা বিভাগত নিয়োগ! শিক্ষক, ইঞ্জিনীয়াৰৰ পৰা চেলছমেনলৈকে; গুৱাহাটীত চাকৰিৰ বিশাল সুযোগ!

অসম কেৰিয়াৰ (গুৱাহাটী): আপুনি গুৱাহাটী চহৰৰ ভিতৰতে এটা ভাল ব্যক্তিগত খণ্ডৰ চাকৰি বিচাৰি আছে নেকি? তেন্তে এইটোৱেই আপোনাৰ বাবে উপযুক্ত সময়। শিক্ষা, ইঞ্জিনীয়াৰিং, চেলছ, মার্কেটিং আৰু হোটেল মেনেজমেণ্টৰ দৰে বিভিন্ন বিভাগত কেইবাটাও খালী পদৰ বাবে জৰুৰী নিয়োগ চলি আছে। তলত প্ৰতিটো পদৰ সবিশেষ তথ্য দিয়া হ’ল:

🎬 OTT-ত পইচা খৰচ কৰা বন্ধ কৰক!

এতিয়া আপুনি প্ৰতিটো মাহত OTT চাবচক্ৰিপচনৰ বাবে পইচা খৰচ কৰাৰ প্ৰয়োজন নাই। আমাৰ Telegram Channel-ত জয়েন হৈ সকলো নতুন চিনেমা বিনামূলীয়াকৈ (Free) অনলাইনত চাওক বা ডাউনলোড কৰক।

(আমাৰ কোনো WhatsApp গ্ৰুপ নাই, সকলো আপডেট কেৱল টেলিগ্ৰামতহে পাব)

Telegram-ত এতিয়াই Join কৰক 🚀

Table of Contents

শিক্ষা আৰু টিউটৰ পদ (Education & Teaching)

পদৰ নামবিষয়/যোগ্যতাস্থান / যোগাযোগ
Tuition Teacherগণিত, বিজ্ঞান, ইংৰাজী (দশম আৰু উচ্চতৰ মাধ্যমিক)S.M. Solutions, Guwahati (Call: 9864017478)
Home Tutorগণিত আৰু বিজ্ঞান (অভিজ্ঞতা দৰকাৰ)Guwahati (Call: 8474025341)

কাৰিকৰী আৰু প্ৰশাসনিক পদ (Technical & Admin)

  • ইঞ্জিনীয়াৰ (Engineer): B.E/B.Tech ডিগ্ৰীধাৰী। কনক্ৰীট প্লাণ্টৰ তদাৰক কৰাৰ অভিজ্ঞতা থাকিব লাগিব। (যোগাযোগ: 7638860224)
  • অফিচ এচিষ্টেণ্ট (Admin Assistant): স্নাতক ডিগ্ৰী (Arts/Science/Commerce)। কম্পিউটাৰৰ জ্ঞান আৰু ৭ বছৰৰ অভিজ্ঞতা বাধ্যতামূলক। (Email: hrgauhati@gmail.com / Call: 9864030568)
  • ফ্রাঞ্চাইজি সুযোগ (Carlsberg India): গুৱাহাটীত Carlsberg সুৰা ব্ৰেণ্ডৰ ফ্ৰাঞ্চাইজিৰ বাবে FMCG খণ্ডত ৫ বছৰৰ অভিজ্ঞতা থকা ব্যক্তিৰ পৰা আবেদন বিচৰা হৈছে। (Email: enggquery@gmail.com)

মার্কেটিং আৰু চেলছ পদ (Marketing & Sales)

  • মার্কেটিং এক্সিকিউটিভ (Marketing Executive): সেলছ প্রমোচনৰ জ্ঞান আৰু মার্কেটিংত অভিজ্ঞতা থকা প্ৰাৰ্থীৰ বাবে। (Call: 9864057657)
  • টেলিকলাৰ (Female Telecaller): ক্ৰাহক সেৱা আৰু টেলিকলিঙৰ অভিজ্ঞতা থকা মহিলা প্ৰাৰ্থীৰ বাবে। (Call: 8474025341)
  • শ্ব’ৰুম চেলছ (Salesman/Girl): বেলতলা (চেলছমেন) আৰু চানমাৰি (শ্ব’ৰুম গাৰ্ল) অঞ্চলৰ বাবে অভিজ্ঞ প্ৰাৰ্থীক অগ্ৰাধিকাৰ। (Call: 8474025341)

সেৱা আৰু অন্যান্য পদ (Service & Support Staff)

  • ৰান্ধনী (Cook): মাল্টি-কুইজিন ৰন্ধনৰ জ্ঞান থকা অভিজ্ঞ ৰান্ধনীৰ প্ৰয়োজন। (Call: 9435035204)
  • ডেলিভাৰী এক্সিকিউটিভ (Delivery Executive): ড্ৰাইভিং লাইচেন্স থকা জৰুৰী। (Call: 7002797554)
  • কেয়াৰটেকাৰ (Caretaker): ঘৰুৱা কাম-কাজ চাব পৰা অভিজ্ঞ ব্যক্তিৰ বাবে। (Call: 9864030568)
  • হোটেল ষ্টাফ (Hotel Staff): হস্পিটেলিটি খণ্ডত অভিজ্ঞতা থকা বিভিন্ন পদৰ বাবে। (Call: 9864030568)

প্ৰাৰ্থীসকললৈ বিশেষ নিৰ্দেশ: ওপৰত দিয়া ফোন নম্বৰসমূহত পোনপটীয়াকৈ যোগাযোগ কৰি অথবা ইমেইল যোগে নিজৰ বায়’ডাটা (CV) পঠিয়াই আপুনি আবেদন কৰিব পাৰিব।

Best Recommendation

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

Leave a Comment