অসমৰ উন্নয়নৰ নতুন অধ্যায়: খুমনাইৰ মিনি ষ্টেডিয়ামৰ পৰা মহিলা উদ্যমিতালৈ; এক নজৰত চৰকাৰৰ নতুন উপহাৰ!

অসম বাতৰি (বিশেষ প্ৰতিবেদন): মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা দুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰি অসমৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিছে। ক্ৰীড়া আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ২০,০০০ তকৈও অধিক মহিলালৈ সাহায্য প্ৰদানলৈকে, এইসমূহৰ সবিশেষ তলত দিয়া হ’ল। খুমনাইত ১২ কোটি টকীয়া নাৰায়ণ মিনি ষ্টেডিয়াম (Naragaon Mini Stadium) ৩১ জানুৱাৰীত গোলাঘাট …

Read more

Assam Cabinet Decisions 2026: চাহ শ্ৰমিকৰ পৰা নিযুক্তি পৰ্যন্ত; অসম কেবিনেটৰ কেইবাটোও গুৰুত্বপূৰ্ণ ঘোষণা! সম্পূৰ্ণ তালিকাখন চাওক।

অসম বাতৰি (দিছপুৰ): আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰিছে। কেবিনেটৰ মূল সিদ্ধান্তসমূহ: 🚨 Latest Govt Jobs 2026 – Apply Before Last Date! Railway, Bank, SSC & 10th Pass Jobs Available 👉 Check All Jobs Now

পাথাৰকান্দিত, ৩ কোটি টকাৰ ড্ৰাগছ জব্দ! আলুৰ বস্তাৰ তলত লুকুৱাই নিয়া ৩০,০০০ বটল ফেন্সিডিল উদ্ধাৰ।

অসম ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু বিএছএফ (BSF) ৰ তীব্ৰ অভিযান অব্যাহত আছে। যোৱা কালি অসমৰ মুখ্য মন্ত্ৰীৰ এটা টুইটাৰ পোষ্টত জানিব পৰা মতে – শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এক বৃহৎ অভিযান চলাই বিএছএফৰ জোৱানসকলে প্ৰায় ৩ কোটি টকা মূল্যৰ নিষিদ্ধ ফেন্সিডিল (Phensedyl) বটল জব্দ কৰিবলৈ সক্ষম হয়। ফেন্সিডিল (Phensedyl) কি হয়? ফেন্সিডিল আচলতে এটা কাহৰ …

Read more

গৌৰৱোজ্জ্বল ২ বছৰ! কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই; অসম চৰকাৰৰ এক বৃহৎ সাফল্য।

অসম বাতৰি: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক অতি আনন্দৰ খবৰ। ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু বন বিভাগৰ নিৰন্তৰ নিৰীক্ষণৰ ফলত যোৱা ২ বছৰ অৰ্থাৎ ৭৩০ দিনত কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই সাফল্যৰ কথা প্ৰকাশ কৰি কয় যে য’ত ইচ্ছা থাকে তাতেই পথ থাক। কাজিৰঙাৰ গৌৰৱ এশিঙিয়া …

Read more

কাজিৰঙা এলিভেটড কৰিডৰ আধাৰশিলাৰ স্থাপন, এতিয়া 8 ঘণ্টাত সম্পূৰ্ণ হব গুৱাহাটী ডিব্ৰুগড়ৰ যাত্ৰা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, জনোৱা মতে – তেখেতে যোৱাবাৰ ডিব্ৰুগড় ত কাজিৰঙা এলিভেটড কৰিডৰ প্ৰকল্প কথা প্ৰকাশ কৰিছিল, 76 গণতন্ত্ৰ দিৱসত। যোৱাবাৰ গণতন্ত্ৰ দিৱসত পতাকা উত্তৰণ কৰি ডিব্ৰুগড়ত হিমন্ত বিশ্বশৰ্মাই কৈছিল যে – খুব কম সময়ৰ ভিতৰতে কাজিৰঙা ৰ ওপৰত 32 km এলিভেটড কৰিডৰ নিৰ্মাণ কৰ হব। কথা মতে, 2026 বৰ্ষৰ প্ৰথম ভাগতে ভাৰতৰ …

Read more