Jorhat Recruitment 2026: যোৰহাটত মেনেজাৰ আৰু চাহ কাৰখানাৰ এচিষ্টেণ্ট মেনেজাৰৰ নিযুক্তি; ঘৰত থকা মহিলা আৰু অৱসৰপ্ৰাপ্ত লোকৰ বাবেও সুযোগ!
অসম বাতৰি (যোৰহাট): আপুনি যোৰহাট চহৰত এটা ভাল চাকৰি বিচাৰি আছে নেকি? যোৰহাটত শেহতীয়াকৈ দুটা পৃথক বিভাগত কেইবাটাও খালী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। ইয়াৰে এটা পদৰ বাবে অৱসৰপ্ৰাপ্ত ব্যক্তি আৰু গৃহিনীসকলকো বিশেষ সুবিধা প্ৰদান কৰা হৈছে। টিম লিডাৰ আৰু মেনেজাৰ (Team Leader / Manager) এইটো পদৰ বাবে জৰুৰীভাৱে প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে। যিসকলে নিজৰ … Read more