Udalguri Health Dept Recruitment 2026: ওদালগুৰি স্বাস্থ্য বিভাগৰ নিযুক্তিত ডাঙৰ সাল-সলনি; ১৩ মাৰ্চত হ’ব নতুন ইণ্টাৰভিউ!
অসম বাতৰি (ওদালগুৰি): ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ (Joint Director of Health Services) অধীনত IPA Programme-ৰ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰে এক বিশেষ সংশোধনী আনিছে। ১১ ডিচেম্বৰ ২০২৫-ত প্ৰকাশ পোৱা বিজ্ঞাপনৰ বিপৰীতে এতিয়া কেইবাটাও পদ বাতিল কৰাৰ লগতে ইণ্টাৰভিউৰ তাৰিখো সলনি কৰা হৈছে। সংশোধিত পদৰ সংখ্যা (Revised Vacancy Positions) প্ৰযুক্তিগত কাৰণত ডাটা এণ্ট্ৰী অপাৰেটৰৰ দৰে পদ … Read more